হ'ম | মাইগ'ভ

অভিগম্যতা
অভিগম্যতা সঁজুলিসমূহ
ৰং সমন্বয়
পাঠৰ আকাৰ
নেভিগেশ্বন এডজাষ্টমেণ্ট

বন্দে ভাৰতম্ নৃত্য উৎসৱ 2023

বন্দে ভাৰতম্ নৃত্য উৎসৱ 2023
আৰম্ভণি তাৰিখ :
Oct 15, 2022
অন্তিম তাৰিখ :
Nov 10, 2022
23:45 PM IST (GMT +5.30 Hrs)
View Result দাখিল বন্ধ

বন্দে ভাৰতম্ - নৃত্য উৎসৱ, এক সৰ্বভাৰতীয় নৃত্য প্ৰতিযোগিতা, গণৰাজ্য দিৱস উদযাপন 2023 ৰ অংশ হিচাপে আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত ..।

Vande Bharatam - Nritya Utsav, an all-India dance competition is an initiative taken by the Ministry of Culture as part of Republic Day Celebrations 2023 and under the aegis of Azadi ka Amrit Mahotsav to work towards promoting the spirit of 'Jan Bhagidari', while also showcasing India's vibrancy thorough its dance.

এই প্ৰতিযোগিতাখন এক প্ৰকাৰৰ অভিযান, যি দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ'ব, যিয়ে 2023 চনৰ গণৰাজ্য দিৱসৰ পেৰেডত দেশৰ শীৰ্ষ নৃত্য প্ৰতিভাক প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব। প্ৰতিযোগিতাখন ৰাজ্যিক আৰু আঞ্চলিক পৰ্যায়ত অনুষ্ঠিত হ'ব, আৰু 18 ডিচেম্বৰ, 2022ত নতুন দিল্লীত গ্ৰেণ্ড ফাইনেলৰে সমাপ্ত হ'ব।

17-30 বছৰ বয়সৰ প্ৰতিযোগীসকলে 15 অক্টোবৰৰ পৰা 10 নৱেম্বৰ, 2022 লৈকে নিজৰ এণ্ট্ৰিসমূহ প্ৰেৰণ কৰিব পাৰিব।

বন্দে ভাৰতম্ নৃত্য উৎসৱৰ বাবে আপুনিও তালিকা অনুসৰি আপোনাৰ ৰাজ্যৰ লগত জড়িত সংশ্লিষ্ট ZCCৰ ওচৰত আপোনাৰ এন্ট্ৰি দাখিল কৰিব পাৰে ইয়াত সংলগ্ন কৰা আছে - PDF(61.5 KB)

ইয়াত ক্লিক কৰক to Fill Your Details & Upload the same attachment as well - PDF (133 KB)

ইয়াত ক্লিক কৰক to access the Terms & Conditions - PDF (66.3 KB)

পুৰস্কাৰ - বিজয়ীসকলে গণৰাজ্য দিৱস উদযাপন 2023 অনুষ্ঠানত পৰিৱেশন কৰিব

SUBMISSIONS UNDER THIS TASK
1199
Total
0
Approved
1199
Under Review
Reset