হ'ম | মাইগ'ভ

অভিগম্যতা
অভিগম্যতা সঁজুলিসমূহ
ৰং সমন্বয়
পাঠৰ আকাৰ
নেভিগেশ্বন এডজাষ্টমেণ্ট

দূৰসংযোগ বিভাগ

সৃষ্টি কৰা হ'ল : 07/06/2016
উপৰোক্ত কাৰ্য্যত অংশ ল'বলৈ ক্লিক্‌ কৰক

দূৰসংযোগ বিভাগে দূৰসংযোগ সেৱাৰ দ্ৰুত বিকাশৰ বাবে উন্নয়নমূলক নীতি প্ৰস্তুত কৰি আহিছে। ইউনিফাইড একচেছ চাৰ্ভিছ ইণ্টাৰনেট আৰু ভিছেট চাৰ্ভিছৰ দৰে বিভিন্ন দূৰসংযোগ সেৱাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ দায়িত্ৱও এই বিভাগৰ। আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ লগত সু-সমন্বয় ৰাখি ৰেডিঅ' যোগাযোগৰ ক্ষেত্ৰত ফ্ৰিকুৱেন্সী ব্যৱস্থাপনাৰ দায়িত্ৱও এই বিভাগৰ। তদুপৰি ই দেশৰ সকলো ব্যৱহাৰকাৰীৰ ৱায়াৰলেছ ট্ৰান্সমিছন নিৰীক্ষণ কৰি ৱায়াৰলেছ ৰেগুলেটৰী ব্যৱস্থাও প্ৰৱৰ্তন কৰে।