হ'ম | মাইগ'ভ

অভিগম্যতা
অভিগম্যতা সঁজুলিসমূহ
ৰং সমন্বয়
পাঠৰ আকাৰ
নেভিগেশ্বন এডজাষ্টমেণ্ট

30 অক্টোবৰ 2022 ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কী বাত' অনুষ্ঠানৰ বাবে মতামত বিচৰা হৈছে

30 অক্টোবৰ 2022 ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কী বাত' অনুষ্ঠানৰ বাবে মতামত বিচৰা হৈছে
আৰম্ভণি তাৰিখ :
Oct 03, 2022
অন্তিম তাৰিখ :
Oct 28, 2022
23:45 PM IST (GMT +5.30 Hrs)
দাখিল বন্ধ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আপোনালোকৰ বাবে গুৰুত্ৱপূৰ্ণ বিষয় আৰু সমস্যা সমূহৰ ওপৰত নিজৰ চিন্তা ব্যক্ত কৰিবলৈ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁ সম্বোধন কৰিবলগীয়া বিষয়সমূহত আপোনাৰ মতামত আগবঢ়াবলৈ আহ্বান জনাইছে ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আপোনালোকৰ বাবে গুৰুত্ৱপূৰ্ণ বিষয় আৰু সমস্যা সমূহৰ ওপৰত নিজৰ চিন্তা ব্যক্ত কৰিবলৈ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে 'মন কী বাত'ৰ 94 তম খণ্ডত তেওঁ সম্বোধন কৰিবলগীয়া বিষয়সমূহত আপোনাৰ মতামত আগবঢ়াবলৈ আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰীয়ে মন কী বাতৰ আগন্তুক খণ্ডত যিবোৰ বিষয় বা সমস্যাৰ ওপৰত আলোচনা হোৱাটো আপুনি বিচাৰিছে, সেই বিষয়ে আপোনাৰ পৰামৰ্শ আমালৈ প্ৰেৰণ কৰক। এই মুকলি মঞ্চত অথবা বিকল্প হিচাপে আপুনি 1800-11-7800 টোল ফ্ৰী নম্বৰ ডায়েল কৰিও হিন্দী বা ইংৰাজী ভাষাত প্ৰধানমন্ত্ৰীৰ বাবে আপোনাৰ বাৰ্তা ৰেকৰ্ড কৰিব পাৰে। কিছুমান ৰেকৰ্ড কৰা বাৰ্তা সম্প্ৰচাৰৰ অংশ হ'ব পাৰে।

আপুনি 1922 নম্বৰত এটা মিছ কল দিব পাৰে আৰু SMS যোগে প্ৰাপ্ত লিংক মতে গৈ পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীক আপোনাৰ পৰামৰ্শ দিব পাৰে।

আৰু 30 অক্টোবৰ 2022 তাৰিখে দিনৰ 11.00 বজাত মন কী বাত অনুষ্ঠানত থাকিবলৈ নাপাহৰিব৷