হ'ম | মাইগ'ভ

অভিগম্যতা
অভিগম্যতা সঁজুলিসমূহ
ৰং সমন্বয়
পাঠৰ আকাৰ
নেভিগেশ্বন এডজাষ্টমেণ্ট

গণতন্ত্ৰ দিৱস 2023-ৰ বাবে একাত্মবোধ প্ৰদৰ্শন কৰিবলৈ আপোনাৰ সৃজনশীলতা ব্যৱহাৰ কৰক

আৰম্ভণি তাৰিখ :
Dec 20, 2022
অন্তিম তাৰিখ :
Jan 20, 2023
23:45 PM IST (GMT +5.30 Hrs)
ফলাফল চাওক দাখিল বন্ধ

আজাদী কা অমৃত কাল - স্বাধীনতাৰ 75+ বছৰত ভাৰতে প্ৰৱেশ কৰাৰ লগে লগে , 2023 চনৰ 26 জানুৱাৰী তাৰিখটো সমগ্ৰ দেশৰ নাগৰিকসকলৰ বাবে আৰু অধিক বিশেষ হৈ পৰিছে৷...

আজাদী কা অমৃত কাল - স্বাধীনতাৰ 75+ বছৰত ভাৰতে প্ৰৱেশ কৰাৰ লগে লগে , 2023 চনৰ 26 জানুৱাৰী তাৰিখটো সমগ্ৰ দেশৰ নাগৰিকসকলৰ বাবে আৰু অধিক বিশেষ হৈ পৰিছে।

চলিত বৰ্ষত আমাৰ সৃষ্টিশীলতাৰ সৈতে গণতন্ত্ৰ দিৱসৰ প্ৰতি একাত্মতা প্ৰদৰ্শন কৰিবলৈ একেলগে আগুৱাই আহক।

নিজৰ ছবি, কবিতা, গল্প, চিত্ৰ আদি শ্বেয়াৰ কৰি দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰক।
শ্ৰেষ্ঠ এণ্ট্ৰিসমূহ বিভিন্ন মাইগ'ভ প্লেটফৰ্মত প্ৰদৰ্শিত কৰা হ'ব - সেয়া হৈছে আপোনাৰ দৰে কোটি কোটি ভাৰতীয়ৰ!

নতুন দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত দৃষ্টিনন্দন পেৰেডৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পতাকা উত্তোলনলৈকে সকলোতে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। চলিত বৰ্ষত, আহক এই প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ দেশৰ প্ৰতি থকা ভালপোৱা ভাগ কৰি আমাৰ উদযাপনত অন্য এক স্বাদ যোগ দিওঁ।

পুৰস্কাৰ
তলত উল্লেখ কৰা অনুসৰি শ্ৰেষ্ঠ 3 গৰাকী জমাকাৰীয়ে লাভ কৰিব নগদ ধনৰ পুৰস্কাৰ: -
প্ৰথম পুৰস্কাৰ 10,000/-
দ্বিতীয় পুৰস্কাৰ 7,000/-
তৃতীয় পুৰস্কাৰ 5,000/-

ম্যাদ
আৰম্ভণিৰ তাৰিখ- 2022 চনৰ 20 ডিচেম্বৰ
সমাপ্তিৰ তাৰিখ- 2023 চনৰ 20 জানুৱাৰী

ইয়াত ক্লিক কৰক চৰ্তাৱলীৰ বাবে (PDF - 86KB)

এই কাৰ্যৰ অধীনত দাখিল কৰা গোচৰসমূহ[সম্পাদনা কৰক]
1315
সৰ্বমুঠ
0
অনুমোদিত
1315
পৰ্য্যালোচনা
Reset