হ'ম | মাইগ'ভ

অভিগম্যতা
অভিগম্যতা সঁজুলিসমূহ
ৰং সমন্বয়
পাঠৰ আকাৰ
নেভিগেশ্বন এডজাষ্টমেণ্ট

'মন কী বাত'ৰ 100তম খণ্ড উদযাপনৰ বাবে ধ্যান-ধাৰণা আমন্ত্ৰণ

'মন কী বাত'ৰ 100তম খণ্ড উদযাপনৰ বাবে ধ্যান-ধাৰণা আমন্ত্ৰণ
Start Date :
Jan 02, 2023
Last Date :
Apr 27, 2023
23:45 PM IST (GMT +5.30 Hrs)
Submission Closed

2014 চনৰ 3 অক্টোবৰৰ পৰা মাননীয় প্ৰধানমন্ত্ৰীয়ে বিভিন্ন বিষয়ত 'মন কী বাত' অনুষ্ঠানৰ জৰিয়তে ভাৰতৰ নাগৰিকসকলক সম্বোধন কৰি আহিছে...

2014চনৰ 3 অক্টোবৰৰ পৰা মাননীয় প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন কি বাত কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ নাগৰিকসকলক বিভিন্ন বিষয়ত সম্বোধন কৰি আহিছে, নাগৰিকসকলক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয় আৰু ধাৰণাসমূহৰ ওপৰত জড়িত কৰি আহিছে।

আমি 'মন কী বাত'ৰ ঐতিহাসিক 100 তম সংখ্যক খণ্ডৰ অনুষ্ঠানৰ প্ৰান্তত উপস্থিত হৈছো, য'ত আকৌ এবাৰ দেশৰ সবাতোকৈ জনপ্ৰিয় প্ৰধানমন্ত্ৰীগৰাকীয়ে নাগৰিকসকলৰ সৈতে মিলিত হ'ব।

কিন্তু 100তম সংখ্যকত কি হ'ব? বিশেষ কিবা?

শেহতীয়াকৈ 'মন কী বাত'ৰ 95তম সংখ্যকত প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলৰ পৰা লাভ কৰা কেতবোৰ পত্ৰৰ কথা উল্লেখ কৰি 'মন কী বাত'ৰ 100তম সংখ্যকৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

আপোনালোকৰ কি হ'ল? আপোনাৰ কিবা ধাৰণা আছে নেকি?

আহক, 'মন কী বাত'ৰ 100তম সংখ্যক ইমানেই চমৎকাৰ কৰি তুলিম যে ই দেশৰ ইতিহাসত এক দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব।

মন কী বাত'ৰ 100 তম সংখ্যাকটো কেনেদৰে উদযাপন কৰিব পাৰি সেই সন্দৰ্ভত মাইগ'ভ য়ে সকলো নাগৰিকক নিজৰ নিজৰ ধাৰণা আগবঢ়াবলৈ আহ্বান জনাইছে।

Last date of Submission is 27th April 2023.